August 2014
নিদান আছে ; অন্তৰ মোৰ শুকান মৰুভূমি
কোচ ৰাঘব নন্দন ৰায়
“আজি সমায়েৰ তাগদাত
মুই
মেল্লা দূৰ ফাকত
চুপ-চাপেৰ ঐদ্দিশত
উদাং
পাথাৰবাৰী একদণ্ড বইসং
এলা
নির্জনতাৰ বাতাস গিলায়
মোক
নেদায় . . . .”
আজি মুই শান্ত, মোৰ অন্তৰ খানো শান্ত । কিন্তু
মনটা কিবা একটা যন্তনাত ক্ষান্ত । অচিনাকী আছিলুং ঐটায় ভাল আছিল নেকি ; বুকেৰ
ভিতিৰা খান খুলি নাদেওয়ায় ভাল আছিল । এলাহে মনে হয় সউগ কিছু হাৰোয়াৰ পাছত কইলজাটাৰ
আট্কুৰানিৰ বাইৰা কিবা আৰ্ আছে । কিন্তু তায়তো জীৱন নাহবাৰ পায় অন্যৰ মতোন ।
হয়তো ভুল নাছিল যি আছিল এক স্মৃতিৰ বিসংগতি । ঐ মায়া ঐ মমতা ঐ স্পর্শ সউগ বেকাৰ ;
দুই দিনেৰ বাদে জোৰা নেয় ভিজি-পুৰি সেম্টি থাকা অন্তৰখান তাৰপাছত শুকায়, মৰ্-মৰা
হয় ফিৰ ঘুৰি উল্টি আৰো সন্দ্যা নাগাৰ সাথ সাথ সেম্টি যায় । কাৰ কি চাওয়াৰ থাকে ;
কাৰ কি পাওৱাৰ থাকে সউগ অখিনিতে অন্তর্ধান হয় । ঠিক এমুন ঢকে অয়ো একদিন আসিছিল মোৰ
বিহান বেলাৰ ডগ্-ডগা বেলাটা হয়া হাত দুখানত ধৰাৰ সউগ সবুজগিলা নিয়া চকুত অজস্র
তৰঙ্গত নাচিছিল সাগৰেৰ নীলা জলগিলা । অ’ৰ চুলিৰ জঙ্ঘলত দেখিছিলুং মোৰ প্রাত: সপোন
গিলা লুকা-লুকি খেলা ; মুই মাপি চাইছিলুং অ’ৰ অন্তৰেৰ বুজা নাবুজাৰ দেৱেৰাগিলা আৰ ওঠেৰ
ফাকত নিজ্ৰি পৰা ঝর্ণাৰ উষ্মতা ; নাই এলা কিছুই নাই , লেংটা ফাগুনেৰ ছেচা পোৰা
গোন্দৰ বাহিৰা –
“স্মৃতিৰ কোনাত জ্বলি থাকা
তিৰ্
পিত্, তিৰ-পিত শইলতাটা
আৰ গৰম
তেলগিলাক ধাৰন কৰা
কাচা
দিয়াৰীটা
সম্প্রতি বোধ হয় মুই !”
July 2014
তুই ! মুই কান্দোং বাদে....
- কোচ ৰাঘব নন্দন ৰায়
“আজি এই বিষন্ন
ৰাতিবেলা
লেখি আছোং স্মৃতিৰ
জৰাজীর্ণ শব্দগিলা
নাজানোং তুই আবানে
যাব আৰ’
কতোটা ঘুট্-ঘুটা
আমাবশ্যা...”
ভালে
কয়দিন হয়া গেইল অৰ না কোনো খবৰ আছে না আৰো ভবিষ্যতে দেখা পাওয়াৰ কোনো সম্ভাবনা আছে
। অয় উদাসীন ভাবত চলি যাওয়াৰ দিনেই অন্তৰত যি এক ঝট্কা লাগিছিল তখনেই হাত খান
থৰ-থৰে কাপি কলমটা কুত্তিবা ছিট্কি পৰিছিল...। এই কয়দিনেৰ বাস্তবিক অভিজ্ঞতাৰ
থাকি চুপ-চাপে থাকাৰ সংজ্ঞা অয় ঠিকেই উট্কি পাইছে । প্রিয়জনেৰ উদ্দিশত জোনাকী
পোকাৰ দলটাৰ পাছে পাছে অয় কতো বাৰেই না দৌৰাইছিল...; আসলতে শব্দগিলা এলা অক চিনা নাপায় তাও অৰ মতে
অয় কইলজাটাৰ থাকি ভাঙি পৰা সপোনেৰ টুকুৰাগিলা কোনবা ৰাতিৰ কোনাত বসি চুপ-চাপে আকায়
। আজি দিন বাৰ.....; ঐদিন আছিল....; ইত্যাদি কথাগিলা মনতে খেলায় আৰ এক হতাশাৰ
কোলাত বসি ধৈর্য্যৰ নিমন্ত্রণ জানায় । পাসুৰেতো নাই বিদায় বেলাৰ ধলা বাচ খানেৰ লাল
বাতিটাৰ কথা....! কেমুন কৰি এক বিটকাল চিখৰণ মাৰি অক নিসংগতাৰ মাজত ফেলে থুইয়া
প্রিয়জনক নিয়া গেইছিল এক অনিশ্চয়তাৰ দিশত..; যেই কথা অয়ো নাজানিছিল ... সেলাৰ থাকি
অয় মৰাডাঙাৰ বুকত হাটুকাৰি নৈৰাশ্যৰ ছায়া গিলাৰ মাজত হাৰে যাওয়া গোপনীয়তা গিলা
বিচিৰায় । হয়..., কোনবা বেলা মোৰে কান্দিবা মন যায়..যেলা সপোনেৰ আকাশ খানেৰ কাতি
চাং সেলা অচমকায় বুকখান ছম-ছমায় । অয় দেখে দিয়া যাওয়া আকাশেৰ নীলাৰ মাজত সাজোয়া
ধুমা ৰঙেৰ সপোনেৰ ঘৰ গিলা, আজি অৰ অনুপস্থিতিত এগিলাও এক স্মৃতিৰ শূণ্য কোঠা ।
অবশ্যে খানিকটা জানোং বুলি বাছি আছোং যে... এগিলা এক প্রেমেৰ স্মৃতিত ফাগুনেৰ
পশ্চিয়া বাতাসত তাল মিলি গাওয়া বিষাদেৰ গান....!
“তোৰ
স্মৃতি গিলায়
মোক
খুব দিক দাৰি কৰে ৰে...;
তুই
চলি যাওয়াৰ সময়
এগিলাও
টোপলা বান্ধি নিয়া গেইলে ভাল আছিল
বোধহয়
সময়ে আৰ
কোনো
দিনো আমাক মিলিবাৰ নাহয়
ক’
তো...; মুই কেমুন কৰি পাসুৰং
তোৰ ঐ উপায় বিহীন বিদায়...” 
No comments:
Post a Comment