বিশেষ লেখা
August 2014
উপনিবেশিকতাৰ আন্ধাৰত কামতাপুৰী জনগন
ধীৰেন্দ্র নাৰায়ন কোচ
বিশ্বৰ ইতিহাস ঘাটিলে পাওৱা যায় যে কেমুন কৰি একটা দুর্বল জাতি বা শ্রেণীক অন্য
এক জাতি বা শ্রেণীয়ে উপনিবেশিকতাৰ দোতা দিয়া বান্ধিয়া সময়ে সময়ে শোষণ শাসন কৰি
আসিছে আৰ ইয়াকো পাওৱা যায় যে কেমুন কৰি একোটা কৰি দুর্বল জাতি বা শ্রেণীয়ে একত্রিত
হয়া উপনিবেশিকতাৰ বিৰুদ্ধে এক সংগ্রামী চেতনাৰ জাগৰণ ঘটেয়া ঐ উপনিবেশিকতাৰ দোতা
ছিৰি-ছুত্তি মুক্ত ভাবত বিশ্বৰ দৰবাৰত স্ব-গৌৰবত মাথা উচা কৰি বাচি আছে । একফালে
যেমুন কৰি ক্ষমতাৰ মোহত পৰি একটা শ্রেণীয়ে অন্য এক শ্রেণীক নেদে গুৰি ফেলে দিয়া
আগে যাওৱাত ব্যস্ত ঠিক তেমুনে ঢকত শোষিত নির্যাতিত পাছ পৰা শ্রেণীয়ে নিজেৰ মাজত
ৰাজনৈতিক চেতনাৰ উদগীৰণ ঘটেয়া এক লম্বা বিপ্লৱ মুখী পন্থাৰ দ্বাৰায় প্রগতিশীল সমাজ
স্থাপন কইৰছে আৰ মানুষে মানবতাৰ অধিকাৰেৰ ভিত্তিত এলাও সংগ্রাম চলেয়ায় আছে আৰ
চলেয়ায় থাকিব যতোদিন পর্যন্ত বিশ্বত সউগ মানুষেৰ বাদে সাম্যতাৰ ভিত্তিত এখান সুশৃঙ্খলাবদ্ধ সমাজ
প্রতিষ্টা নাহব । সংগ্রাম হীন সমাজ মানব জাতিৰ বাদে কল্পনাতীত । আৰ এইটায় সময়েৰ
স্বভাৱ ।
বিশ্বৰ
প্রভাবশালী অন্যতম সাম্রাজ্যবাদী দেশ বৃটিশ একটা সময়ত নানান দেশত নিজেৰ
সাম্রাজ্যবাদেৰ জাল ফেলেয়া উপনিবেশিকতাৰ দোতা দিয়া বান্ধি শাসন কইৰছিল । তাৰ
ভিতিৰাত ভাৰতবর্ষও এখান । অৱশেষত ভাৰতেৰ জনগনে জাতীয়তাবাদেৰ উন্মেষ ঘটেয়া ভাৰতক
বৃটিশ শাসনেৰ কবল থাকি উদ্ধাৰ কৰে । ১৯৪৭ কড়ালেৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ
কৰাৰ পাছত এইবাৰ ভাৰতে লাগি গেইল ভাৰতেৰ গাত লাগি থাকা ছোট খাট স্বতন্ত্ৰ স্বাধীন
সার্বভৌম ৰাষ্ট্রগিলানক নিজেৰ উপনিবেশিকতাৰ দোতা দিয়া বান্ধাৰ প্রচেষ্টাত । ঠিক
তেমুন কৰিয়ায় বান্ধিয়াও ফেলাইল কামতাপুৰ (কোচবেহাৰ), মনিপুৰ, ত্রিপুৰা আৰ অন্যান্য
কতোগিলা ৰাজ্য । ফলত মুছা গেইল স্বতন্ত্র স্বাধীন সার্বভৌম ভালে কয়খান ৰাষ্ট্র ;
আৰ ধ্বংস কৰি দেওয়া হইল ইয়াৰ হাজাৰ বছৰীয়া ইতিহাস তথা ক্ৰমে বিলুপ্তৰ ৰাস্তাত ঠেলি ঠেলি দেওয়া হইল ঐ
জাতিগিলানেৰ পৰিচয়, আৰ আন্ধাৰেৰ মাজত পিট্টি নিয়া বেৰা আৰাম্ভ হইল ঐ জাতিৰ জনগনক ।
ঠিক এমুনে এক জঘন্য কাৰণেৰ বলি কামতাপুৰ (কোচবেহাৰ) তথা কামতাপুৰী জনগন । যাৰ ফলত
কামতাপুৰী জনগনেৰ অৱস্থা আজি তেমুনে ভাবিবা লাগা বিষয় । ঐতিহাসিক কামতাপুৰ (কোচবেহাৰ)
ৰাষ্ট্র কোনোদিনো ভাৰতেৰ অংগ বা অংগ ৰাজ্য হয়া নাছিল আৰ নাতো ভাৰতেৰ সাথত
কামতাপুৰী জনগনেৰ কোনো সম্পর্ক আছিল । অথচ ভাৰতীয় উপমাহাদেশ খান যেলা বৃটিশেৰ
অধীনত আছিল তখনো কামতাপুৰ ৰাষ্ট্র ভাৰতেৰ সাথত যোগ হয়া নাছিল । ঐতিহাসিক ভাবে
সমৃদ্বিশালী কামতাপুৰ অঞ্চল স্বাধীন সার্বভৌম ৰাষ্ট্র হিসাপে ভাৰতে স্বাধীনতা লাভ
কৰাৰ আগতো আছিল আৰ পৰেও ১৯৪৯ কড়ালেৰ ২৮ আগষ্ট পর্যন্ত আছিল । কিন্তু ভাৰতে
স্বাধীনতা লাভ কৰাৰ পৰে পৰেই কামতাপুৰ ৰাষ্ট্র ভাঙি-চিৰি গেইল আৰ কামতাপুৰী জনগন
স্বাধীনতা হাৰে ফেলেয়া উপনিবেশিকতাৰ আন্ধাৰত পৰি পৰাধীনতা স্বীকাৰ কৰিয়া থাকিবা
লাগা আৰম্ভ হইল ।
কামতাপুৰেৰ ইতিহাস ঘাটিলে দেখা যায় যে
ঐতিহ্যমণ্ডিত কামতাপুৰ অঞ্চল তথা ইয়াৰ জনগন পূর্বৰে থাকি স্বতন্ত্রতা ৰক্ষা কৰি
আসিছে । তৎসত্বেও সময়েৰ গুজবত যেমুন কৰি ভাৰত তথা অন্যান্য ছোট খাট স্বতন্ত্র দেশ
গিলা ইংৰাজ সাম্রাজ্য বাদেৰ ফান্দত পৰিবাৰ বাধ্য হইছিল ঠিক তেমুন কৰিয়ায় কামতাপুৰ
(কোচবেহাৰ) ৰাষ্ট্র খানেৰ অবিভক্ত ৰংপুৰ জিলা খান ১৭৭৩ কড়ালেৰ ৫ এপ্রিলত মহাৰাজ ধজেন্দ্র
নাৰায়ানেৰ সাথত হওৱা চুক্তি অনুসৰি
বৃটিছেৰ অধীনত যাবা লাগা হইছিল । আৰো ১৯০০ কড়ালেৰ থাকি ১৯০৮ কড়ালেৰ ভিতিৰাত মহাৰাজ নিপেন্দ্ৰ নাৰায়ন যেলা
ইংলেণ্ডত আছিল সেলা দেওৱান (মন্তীনি) কালিকা দাস দত্তই চক্রান্ত কৰি মহাৰাজাক না
জানেয়া জালপাইগুৰী, দাৰজিলীং আৰ দিনাজপুৰ আদি জিলা কয়খান বৃটিশেৰ লগত (বর্তমানত
বাংলাদেশৰ) ‘বোদা আৰ চাকলা’ৰ লগত বদল কৰে । কিন্তু ১৯৪৭ কড়ালেৰ ১৮ জুলাইৰ ভাৰত
স্বাধীনতা আইনেৰ ৭(১) ‘খ’ ধাৰা মতে ব্রিটিশ সৰকাৰে কোচবেহাৰ ৰাষ্ট্রৰ থাকিয়া
অধিগ্রহণ কৰি নেওৱা অবিভক্ত ৰংপুৰ জিলা, অবিভাক্ত দিনাজপুৰ, জলপাইগুৰী, দাৰজিলীং
আৰ অবিভক্ত গোৱালপাৰা জিলা কয়খান ভাৰত স্বাধীনতা হওৱা এক মাস আগতে ব্রিটিশ সৰকাৰে
আমাৰ মহাৰাজ জগদ্দিপেন্দ্র নাৰায়ানক সু-সন্মানে ঘুৰিয়া দিছিল । আৰ তাৰ সাথে সাথে কামতাপুৰ ৰাষ্ট্রখানো পূর্ণ
মাত্রাত স্বাধীনতা লাভ কৰে কিন্তু ভাৰতে স্বাধীনতা
লাভ কৰাৰ পাছত ভৰতীয় শাসক বৃন্দয় ব্রিটিশে ছাৰি থুইয়া যাওয়া বাহু-বল তথা আদব কায়দা
দিয়া কামতাপুৰেৰ উপৰা সাম্রাজ্যবাদী শোষণ শাসন চলোয়াৰ মোহত তথা আশাত উপনিবেশিকতাৰ
দোতা দিয়া বান্ধিবাৰ প্রচেষ্টা চলায় আৰ কামতাপুৰখানক (কোচবেহাৰ) ভাৰতেৰ সাথত সামিল
কৰিবা লাগে বুলি সেলাকাৰ ৰাজা জগদ্দীপেন্দ্র নাৰায়নক জোৰ জবৰ-দস্তি আৰম্ভ কৰি দেয় । এক ঐতিহাসিক
ক্ষণত যেলা পূব পাকিস্তানত (বাংলাদেশ) হিন্দু মুসলমান সাম্প্রদায়িকতা বাদক কেন্দ্র
কৰি সংঘর্ষৰ অবতাৰণা ঘটছিল সেলা লাখ লাখ হিন্দু পালাটী বাঙালী প্রব্রজনকাৰীৰ
কামতাপুৰেৰ মাটিত আগমণ ঘটিছিল । ঐখিনি সময়তে ভাৰতেৰ প্রভুত্ব বিস্তাৰ কাৰী,
কামতাপুৰেৰ সমৃদ্ধত প্রলোভিত ইতিমধ্যে খাপ পিটি থাকা ষড়যন্ত কাৰীৰ দলে একটা ফুয়াৰা
উঠাইল যে কামতাপুৰ খানক পাকিস্তানত সামিল কৰি নিবাৰ বাদে একটা মহলে যো-জা চলাইছে ।
মহাৰাজ জগদ্দীপেন্দ্র নাৰায়ণ অতোখিনি চাল্লাক নাছিল যে অয় ভাৰতীয় শাসক গোষ্টীৰ চকৰ
চাল্লাকিৰ আগত তিষ্ঠিবাৰ পায়, ফলত ঘটনাটা ইদিক-সিদিক নাভাবিয়া নত হয়া ভাৰতীয় শাসক
যন্ত্রৰ ফান্দত মাথা ভৰে দেয় আৰ সেই মতে
১৯৪৮ কড়ালেৰ ২০ আগষ্টত মহাৰাজ জগদ্দীপেন্দ্র নাৰায়ণ ভাৰতীয় শাসক পক্ষেৰ
নিমন্ত্রিত সাগাই হয়া দিল্লী যাবা লাগা হয় । তাৰ পৰ ভাৰতীয় শাসক পক্ষেৰ জোৰ-জবৰ-দস্তি আৰ হুমকি ধমকিৰ
আগত শিৰ নত কৰি কামতাপুৰ (কোচবেহাৰ) ৰাষ্ট্রক ভাৰতেৰ সাথত সামিল কৰাৰ ‘ভাৰত
ভুক্তিৰ চুক্তি’ত (Merger agreement) অগ্রীম
ভাবে সই-স্বাক্ষৰ কৰিবাৰ বাধ্য হয় । এমুন ঘৃনাত্মক কাণ্ড সংঘটিত কৰি ভাৰতীয় শাসক
পক্ষয় মহাৰাজা জগদ্দীপেন্দ্র নাৰায়নেৰ কান পাটিত বন্দুক ৰাখিয়া কামতাপুৰী জনগনেৰ
অজ্ঞাতে কামতাপুৰক ভাৰতেৰ সাথত সামিল কৰা কার্য সম্পন্ন কৰে । কামতাপুৰী জনগনেৰ
আৱেগ অনুভূতিক ধুলিস্যাৎ কৰি আগে-ভাগে কামতাপুৰ ৰাজ্যক ভাৰতেৰ অন্তর্ভুক্ত কৰি নেওয়াৰ একবছৰ পাছত সেনে কামতাপুৰী জনগনেৰ আগত
আনুষ্টানিক ভাবে অর্থাৎ ১৯৪৯ কড়ালেৰ ২৮ আগষ্টত পূর্বতে কৰি নেওয়া চুক্তি পত্রত পুনৰায়
মহাৰাজা জগদ্দীপেন্দ্র নাৰায়নেৰ থাকি সই-স্বাক্ষৰ কৰি নেওয়া নাটক কৰে । সেলাৰ থাকি ঐতিয্যমণ্ডিত কামতাপুৰেৰ ঐতিহ্যক
ধ্বংস তথা কামতাপুৰী জনগনেৰ উপৰা অন্যায় ভাবে চলা শোষণ-শাসনেৰ ঘাটা খুলি দিয়া
কামতাপুৰী জনগনক একটাৰ পৰ একটা প্রতাৰণা কৰি আইসা পৰিলক্ষিত হইল । যদিও ১৯৪৯ কড়ালেৰ ২৮ আগষ্টত হওৱা চুক্তি অনুসৰি
কামতাপুৰ ৰাজ্যখান পাছত ভাৰতেৰ তলতীয়া ‘গ’ শ্রেণীৰ কেন্দ্রীয় শাসিত ৰাজ্য হিসাপে
থাকাৰ কথা আছিল কিন্তু সেই চুক্তিও ভাৰত সৰকাৰে বেসিদিন নাৰাখিল । ১৯৪৯ কড়ালেৰ ১২ ছেপ্টেম্বৰ
তাৰিখে কামতাপুৰ (কোচবেহাৰ) ৰাজ্যৰ প্রশাসনিক বিভাগ তথা যাবতীয় নথিপত্র ভাৰত
সৰকাৰেৰ হাতত গতে দেওয়া হয় আৰ ভাৰতেৰ সংবিধান সভায় ১৯৪৯ কড়ালেৰ ২৬ নবেম্বৰত
কোচবেহাৰ (কামতাপুৰ) ক ‘গ’ শ্রেণীৰ মর্যদা দিয়া সংবিধানত অন্তৰভুক্ত কৰিছিল । কিন্তু তাৰ পাছত এক মাসমান পৰেই সম্পূর্ন ষড়যন্ত্রমূলক ভাবে কামতাপুৰেৰ ৰাজ্যক ভাঙি-চিৰি ১৯৫০ কড়ালেৰ ১
জানুয়াৰী তাৰিখে আসাম বেঙ্গলেৰ মাজত সাধাৰন অঞ্চল বা জিলা ৰূপে মিলি দেওয়া হইল । তাৰ
সাথে সাথে কমতাপুৰেৰ হাজাৰ বছৰীয়া ঐতিহ্য ভাঙি চিৰি গেইল । আৰ নানান সময়ত
কামতাপুৰেৰ জনগনেৰ উপৰাত ভাৰতীয় উপনিবেশিকতাৰ
আন্ধাৰ ভাল কৰিয়ায় ঢাকি ধৰিলেক তথা গ্রাস কৰি ফেলাইলেক । যাৰফলত এক সময়েৰ বিশাল কোচ ৰাজবংশীকে ধৰি অন্যান্য
থলুৱা কামতাপুৰী জনগনক ‘Divide and Rule
policy’ কৰি ঐতিহ্যমণ্ডিত জাতিক
নি:শেষ কৰিবাৰ প্রচেষ্টা চলোয়া হইল আৰ আজি পর্যন্ত চলেয়ায় আছে তথা কামতাপুৰী জনগনক
সময়ে সময়ে ৰাজনৈতিক, সামাজিক অধিকাৰ থাকি বঞ্চিত কৰি আছে । উপনিবেশিকতাৰ কালা
মেঘেৰ তলত পৰি ঐতিহাসিক ভাবে সমৃদ্ধশালী কামতাপুৰী জনগন আজি এমুন অবস্থাৰ সন্মুখীন
হয়া খাৰ হইছে যে – আত্মনিয়ন্ত্রনেৰ অধিকাৰেৰ তাৰণাত ভুগি আছে, শোষণ-শাসনেৰ তাৰনাত
ক্রমে কুজা হয়া যাবাৰ ধইৰছে আৰ জাতীয় অস্থিত্বৰ সংকটত ভুগি আছে ।
আজি কামতাপুৰী জনগন এমুন এক বাস্তবিক সন্ধিখনেৰ মাজত পৰিয়া ভয়ংকৰ সংকটত খাৰা হইছে যে বর্তমান এই কামতাপুৰী থলুৱা
জনগনেৰ হাতত দুইটা ৰাস্তায় আছে –
তাৰ প্রথমটা হইল এমুন- কিছুই না কৰিয়া চুপ চাপ
কৰি বসি-শুতি থাকিয়া দেখি ৰই, আৰ বিদেশীৰহৰ আমাৰ মাটি-বাড়ী তথা ৰাজ্য-ৰাষ্ট্র,
ৰজনৈতিক, অথনৈতিক অধিকাৰতো সউগে কাঢ়ি নিয়া জাতিটাৰ ভাগ্যতো নিয়ন্ত্রন কৰিয়া আছেই ;
এলা আমাৰ পৰবর্তী প্রজন্মকো দাস বা গোলাম বানাউক । তাতে আমাৰ কি.....?
আৰ অন্যহাতে দ্বিতীয় অপশ্বনটা হইল-
যেতো সম্ভব বেসি সক্রিয় হয়া দৃঢ় সংকল্প নিয়া আমাৰ নিজেৰ তথা পৰবর্তী
প্রজন্মৰ ভাগ্য নির্দ্ধাৰক আমায় হয়া জাতীয় ঐতিহ্য পৰম্পৰা আৰ কলা-কৃষ্টিক এক উজ্জল
মাত্রা প্রদান কৰি জাতীয় পৰিচয়েৰ স্বকীয়তা চিৰদিনেৰ বাদে মজবুত কৰি থুইয়া যাই ।
আজিৰ তাৰিখত হয়তো গোটায় কামতাপুৰী জনগনেৰ বুজিবাৰ বাকী নাই যে যদি প্রথমটা
বাচিয়া নেই তাহইলে দেখ্-দেখ কৰি একদিন আমাৰ জাতিটাৰ পৰিচয় ধুলাৰ লগত মিলিয়া যাব
আৰ নিশ্চিত ভাবে জাতিটা ধংস বা বিলুপ্ত হব । আৰ যদি দ্বিতীয়টা বাচিয়া নেই, তাহইলে নিশ্চয়
জাতি আৰ ইয়াৰ জনগনেৰ ভবিষ্যতেৰ প্রগতিৰ ৰাস্তা সচল ।
কায় জানে ? পাইবে না আৰ ঘূৰিবাৰ ঐ
ইতিহাস, ঐ সমৃদ্ধ, ঐ আগেৰ মতো সউগ কিছু । এই বৃহৎ জনসমষ্টিৰ জাতিটায় কামতাপুৰক উদ্ধাৰ
কৰিবাৰ বাদে সগায় মিলি এক হয়া উপনিবেশিকতাৰ বিৰুদ্ধে এক কঠোৰ সংকল্প নিবাৰ ! কাৰণ
জাতি একটা প্রগতিৰ ঘাটা দিয়া হাটিবাৰ বাদে বা জাতি একটায় স্বতন্ত্রতা অর্জন কৰিবাৰ
বাদে এই খিনি কথা আমা সগায় মনত ৰাখিবায় লাগিব যে “উপনিবেশিকতাৰ পতন ছাৰা জাতি
একটা স্বকীয় কায়দাত বাচি থাকা সম্ভব নাহয়”।
July 2014
কোচ ৰাজবংশী জাতি বাস্তবিকতাক মূল্যায়ন কৰা উচিত
ভাৰত স্বাধীন হবাৰ নাই নাই কৰি তিন কুৰি বছৰ পাৰ হয়া গেইল; কিন্তু ছলে-বলে কৌশলে
ভাৰত সৰকাৰেৰ গণ্ডীৰ ভিতিৰাত সাৱটে নেওয়া বৃহত্তৰ কামতাপুৰ অঞ্চলেৰ আজি পর্যন্ত
কোনো বিকশিত অধ্যায় চকুত নাপৰিল; বৰঞ্চ নানানটা সময়ত ইয়াৰ ঐতিহ্যমণ্ডিত যি
স্বয়-সম্পতি, ইতিহাস আৰ ইয়াৰ থলুৱা মানুষেৰ আবেগ অনুভূতিক ইত্যাদি মূলক কার্য কৰি
ধুলিস্যাৎ কৰা পৰিলক্ষিত হইল । ১২৫০ চনতে সন্ধ্যা ৰায়ে জুৰণি দেওয়া ঐতিহাসিক ভাবে
সমৃদ্ধশালী কামতাপুৰ ৰাজ্যৰ দুর্ভাগ্যজনক ভাবে আজি কোনো চিন-ছাপে নাই । ভাবিলে
আচৰিত লাগে যে ১৫/১৬ শতিকাত কোচ নৃপতি বিশ্ব সিংহয় ৰাজত্ব মেলা কামতাপুৰেৰ বিশাল
ৰাজবাড়ীও আজি উপৰানি ভাবে কামতাপুৰেৰ থলুৱা জনগনেৰ উপুৰাত দমন মূলক শাসন চলে আইসা
ভাৰত সৰকাৰ তথা ৰীফুজি বাঙালীৰ কবলত । সাম্প্রতিক সমাজ ব্যবস্থাৰ কাতি লক্ষ্য ৰাখি
এই বৃহত্তৰ অঞ্চলেৰ থলুৱা জনগনেৰ হয়া মাত মাতিবাৰ বাদে আন্তৰিকতাৰ ফাল দিয়া সগায়
চকু-মুঞ্জা ।
অবশ্যে যদিও কোচ ৰাজবংশীৰ হৰ নিজেৰ উপুৰাত হওয়া অন্যায় তথা কামতাপুৰী
জনগনেৰ উপুৰাত হওয়া শোষন-কুশাসনেৰ প্রতিবাদত গণতান্ত্রিক পন্থাত আন্দোলন চলে আছে
তাও কিন্তু নিজেৰ ক্ষমতাৰ উপুৰাত দম্ভালি মাৰা ভাৰত সৰকাৰ তথা ইয়াৰ শাসন যন্ত্রৰ
কোনো কেৰেপ নাই (এইটা স্পষ্ট যে সিধা-সাধা কামতাপুৰী জনগনেৰ দুর্বলতাৰ সুযোগ নিয়া
ভাৰত সৰকাৰ নিজেৰ বাহুবলত কায়েম...নাহলে আৰ অন্য কোনো কাৰণ থাকিবাৰ পায় না..?)
সাংবিধানিক নীতি-নিয়ম দিয়া পৰিপুষ্ট এখান গণতান্ত্রিক সৰকাৰ কতোদিনেই যে গণতন্ত্রৰ
সীমা চেৰাইছে তাৰ প্রমাণ নানান সময়ত কামতাপুৰী গণ আন্দোলন গিলাৰ উপুৰাত চলোয়া
বর্বৰ অত্যাচাৰ গিলায় এইখান সৰকাৰেৰ গণতান্ত্রিকতাৰ উৎকৃষ্ট নিদর্শন । কিন্তু আমাৰ
আলা-ভোলা কোচ ৰাজবংশী তথা কামতাপুৰী জনগন এলা পর্যন্ত গণতন্ত্রৰ উপুৰাত পূর্ণ
আস্থা প্রদর্শন কৰি নিজেৰ অধিকাৰ ঘূৰি পাওয়াৰ বাদে মাত মাতি আছে । হবাৰ পায় ভাৰত
সৰকাৰেৰ মতে এইটায় হইল কোচ ৰাজবংশী তথা কামতাপুৰী জনগনেৰ দুর্বলতা; যাৰ সুযোগ
ভাৰতীয় শাসক গোষ্ঠী গিলানে পূর্ণ মাত্রাত ভোক কৰি আছে । উপনিবেশিকতাৰ শাসক পক্ষেৰ
এখিনা কথা অন্তত খেয়াল ৰাখা দৰকাৰ যে আজি নিন্দত থাকা মানুষ গিলাও যে একদিন জাগিব
আৰ বিহানেৰ পোহৰ খোনা কোলাত তুলি নিবাৰ বাদে যে একদিন দৰকাৰি পদক্ষেপ নিব (অবশ্যে
কতোদিনে জাগিব ঐটা নির্ভৰ কৰে সম্প্রতি ঘুমি থাকা ঘুমাইয়া গিলাৰ উপুৰাত) । এইখানেই
সেই গণতান্ত্রিক ভাৰত সৰকাৰ...! যেটাই সাংবিধানিক ৰূপত সউগেই আছে কিন্তু প্রযোজ্য
কৰাৰ ক্ষেত্রত কোনো গাওটান নাই (যেমুন কোচ ৰাজবংশীৰ হৰেৰ সাতাম পুৰুষীয়া মাতৃ ভাষা
ভাৰত সৰকাৰেৰ সংবিধান দ্বাৰা স্বীকৃতিৰ প্রসঙ্গটা আৰ দীর্ঘদিন ধৰি চলে আইসা জনজাতি
কৰণেৰ প্রশঙ্গ তথা কমতাপুৰ ৰাজ্যৰ দাবী) । জাতীয় অস্থিত্ব ভাষা
সাহিত্য সংস্কৃতি আদিৰ অধিকাৰেৰ বিষয়ে সংবিধানত পৃষ্ঠায় লেখা থাকিলে কি হইবে সংবিধান চলায় কায় তাক তো দেখা
খাইবে ! প্রথমত বৃহত্বৰ জাতি তথা ঐ জাতিৰ স্বকীয় ৰাজ্য এখানক মিলা-প্রীতিৰ আট-পাচ
নাটক ৰচিয়া ঐক্য আৰ সংহতিৰ যোৰা সাকো বোৱাৰ এটা-সেটা প্রহসন দেখায়া পাছত ক্ষমতাৰ
স্বার্থত ঐতিহ্যমণ্ডিত জাতি তথা ৰাজ্যখানক এক এক কৰি বিলুপ্তৰ পথত ঠেলি দেওয়াৰ
বাদে ষড়যন্ত্রৰ উপুৰা ষড়যন্ত্র । এইয়ে আমাৰ পূজ্য গণতন্ত্র, পূজ্য ভাৰত...! এই
প্রক্রিয়াটয় যে একপক্ষীয় শ্রেণীৰ ক্ষমতাৰ ধ্বজাখান বাধাহীন ভাবে উৰি থাকিবাৰ বাদে
এক আবৰণ বা ক্ষমতা ৰক্ষাৰ কবজ তা বুজি পাওয়াত বাকী না ৰয় । আৰ নাহলে উল্লেখিত জাতিৰ
জনগনেৰ উপুৰা জানি বুজি চকু মুঞ্জা নীতি পালন কৰাটাকে বুজায় । (কথাগিলা আমাৰ
শিক্ষিত সমাজে ভাবি চাবাৰ সময় আসি গেইল)
আমা জনাত পৈতৃক সম্পত্তিৰ উপুৰা অধিকাৰ একমাত্র যোগ্য উত্তৰাধিকাৰীৰ ।
কিন্তু জানিলে কি হইবে ! আমাৰ কোচ ৰাজবংশী মানুষ গিলাৰ বাদে এখিন কথা কতোসমান
প্রযোজ্য...? সেইটা উমাৰ বিচাৰ বিবেচনাৰ উপুৰা ছাৰি দেওয়া হইল । যিয়েই নাহউক আমাৰ জনগনেৰ উপুৰা বর্তমান কোনো
হউক-হউক নাহউক নাই এখিনা শ্লোক ৯৯% খাটে যে ‘আছে গৰু নাবায় হাল তাৰ দু:খ চিৰকাল’
ইয়াক আৰ আলাদা কৰি বিশ্লষণ কৰাৰ দৰকাৰ নাই । এমুনে নাতেন কি ? কথাগিলা খানিক
ঘুঙটি-পেঙটি দেখো তো তেই হয়তো বাহিৰ হয়া আসিব গোড়াৰ সউগ কিছু । আজিৰ তাৰিখত বোধহয়
কোনো একজন এমুন মানুষ নাই যে নিজেৰ নিজেৰ স্বার্থত সগাৰে জ্ঞানেৰ নাৰি টন-টনা
বিধেৰ নাহয় । আছে আমাৰো মাজতো আছে এমুন অনেক মানুষ; কিন্তু উমাৰ স্বার্থ ব্যক্তি
স্বার্থতে সীমাবদ্ধ (অবশ্যে সগায় নাহয়) । জাতীয় স্বার্থ ৰক্ষাৰ কথা কবাৰ গেইলে
কথাখোনা অন্য নাকান কৰি ভাবিবা লাগা হয় আৰ যিয়ো কয় একজনদেখা যায় তাওতো নিজেৰে মাজত
খাওয়া কামৰা । অবশ্যে একেবাৰে নাথাকা নাহয় ; আছে । কিন্তু ঐ এক মুঠা মানুষ দিয়া কি
আৰ্ সংখ্যাত প্রায় ডেৰ কোটি মানুষেৰ মুক্তি কথা সম্ভব । সেইজন্যে কং হে মোৰ কোচ
ৰাজবংশী সমাজ, কোচ ৰাজবংশী বাহে, মাহে গিলা তোমা আৰ একবাৰ ভাবো জাতীয়তাবোধ বলা
শব্দটা আসলতে কি ? আৰ তাক অধ্যয়ণ কৰো ! মুক্তিৰ বাদে তোমা আৰ একবাৰ ত্যাগেৰ জন্যে
তোমা নিজকে প্রস্তুত কৰো । এইখিনিতে এই কথাখোনা জানে থুবাৰ চাং যে পৃথিবীত বাচি
থাকা প্রতিটা জাতিয়ে নিজ নিজ ভাষা সাহিত্য সংস্কৃতিৰ ধ্বজাখান বিৰামহীন ভাবে উৰিয়া
নিজ ঐতিহ্যৰ উপুৰা গৌৰৱ বোধ কৰি বাচি থাকিবাৰ অধিকাৰ আছে আৰ এই অধিকাৰ ৰক্ষার্থে
যিকোনো প্রকাৰে সংগ্রাম চলে যাওয়াটাও উমাৰ মৌলিক কর্ত্তব্য; আৰ তাতে জাতিটাৰে একটা
স্বকীয় বৈশিষ্ট্য পৰিস্ফুট হয়, তথা জাতীয় আবেগ অনুভূতি আৰ জাতীয় চেতনাৰ পৰিচয়
দেওয়া হয় । অর্থাৎ কোনো একটা জাতিৰ আত্মনিয়ন্ত্রনেৰ অধিকাৰ নিজেৰ উপুৰা ন্যস্ত
থাকে ইয়াৰ বাদে কাহৰো উপুৰা নির্ভৰ কৰাটা উচিত নাহয় ! অন্যৰ উপুৰাত নির্ভৰ কৰি
বাচি থাকাটা নিজেৰ মানুষত্ব হীনতাৰ পৰিচয়েৰ বাহিৰা আৰ কিছুই না বুজায় । তাছাৰা
কাহৰো উপৰানি দমন শোষন, কু-শাসন মাথা পাতি মানি নেওয়াটা অন্যায়ক হে মানি নেওয়া
বুজায় । সগাৰে শেষত মনত ৰাখা কথাটা হইল; জাতীয়তাবোধ বিনে জাতীয়তাবাদ সম্ভব নাহয় আৰ
জাতীয়তাবাদ বিনে জাতি একটা আত্ম মর্যাদা সহ বাচি থাকা সম্ভব নাহয় । সেইজন্যেইতো
কবিতাৰ ভাষাত কবাৰ চাং –
স্বাধীনতাৰ বাদে
তুই নিজক গতাবা লাগিব
মুক্তিৰ চিন্তায়
তোৰ অন্তিম সপোন হবা লাগিব
হাজাৰ বিপত্তিৰ মাজতো
তোৰ আপত্তি থাকিবা নালাগিব
কেনেনা......?
জাতিৰ বাদে তুই অমৰ হবা লাগিব...!
*****




No comments:
Post a Comment