ফেৰ্কি বুড়ীৰ .... কেচ্ছা
August 2014
জোলা
(SUPER HIT)
একটা সময়েৰ কথা । এখান ভিতৰুৱা গাওত জোলা আৰ জুলি দুই ভাতাৰ মাইঞা মিলি সুখে
দুখে সংসাৰ কৰি আছিল । উমাৰ কোনো ছাওৱা ছোট নাছিল । একদিনকাৰ কথা । সন্ধ্যা বেলা
জোলা আগিনাত বসি দৰি পাকে আছিল আৰ একফালে ঠিক ঐখিনি সময়তে জুলিয়ে ঘৰত পিঠা ভাজি
আছিল । চিতুয়া পিঠা । জুলিয়ে বেস সুন্দৰ কৰি যা-যোগাৰ কৰি জুতে পুতে পিঠা ভাজিবাৰ
বসিছিল । তা ঐদিন আৰ কি হইল....। জোললাৰ মনত কেমনে বা এক হাৰামি বুদ্ধিয়ে জাগা নিল
। জোলায় দৰিত পাক দেয় আৰ জুলিয়ে পিঠা ভাজি থাকাৰ ছেনেত-পেনেত শব্দগিলা অনুসৰণ কৰি
কৰি উটকন দিয়া মাটিত ঘাই টানে – ‘বোলে দেখা যাউক আজি জুলিয়ে কয়খান পিঠা ভাজে’ ?
এদন কৰিয়ায় জুলিয়ে ছেনেত-পেনেত কৰি এখান এখান কৰি তেৰখান পিঠা ভাজিল আৰ এইফালে
জোলায় এক এক কৰি তেৰটা দাগ টানিল ।
তাৰ পাছত কি হইল । জুলিৰ ৰান্ধন-বাঢ়ণ সউগ কাম
হওয়াৰ পাছত যথা সময়ত জোলাক ভাত খাবাৰ দিল । সেইমতে জোলায় ৰাতিৰ খাওয়া খাওয়াৰ সময়ত
সগাৰে শেষত ভাতেৰ পাতত জুলিয়ে তিনখান পিঠা আনিয়া দিল । জোলায় পিঠা তিনখান খায়া
জুলিক কয়- “কি ৰে জুলি, ভাজাৰ সময়ত ছেনেত-পেনেত তেৰখান খাওয়াৰ সময়ত কেনে ৰে মাত্র
তিনখান । ঘৰখানত ছাওৱা-ছোট বুলিতে কাহোয় নাই যা আছি তুই আৰ মুইয়ে । সমান ভাগ কৰি
খাইলেওতো কমছে কম মুই আৰ তিনখান পাবা
লাগে; এখান যেনিবা তুইয়ে বেসি কৰি খালু” ।
জুলিয়ে এলা পাছত গোটায় পিঠাগিলা হিসাপ কৰি
দেখে হয়তো, কথাতো ঠিক । পিঠা-তো তেৰখানে ভাজা হইছে, কিন্তু জোলায় জানিল কেমন কৰি ?
অয়না এতোখান আগিনাত বসি কামাই কৰাত ব্যস্ত !
:
অইতো অইতো জুলি....তুই মোক কি ভাবছিস খালি পিঠায় নাহয়, তুই কোন সমায় কি কৰিস মুই
সউগ কিছু কবাৰ পাং....(জোলা)
: হয় পিঠা তেৰখানে ভাজিছোং । বাকী দশখান
ৰাখছোং কালি বিহানে চাহ দিয়া খাবাৰ বাদে ।(জুলি)
জুলি পাছত মনে মনে ভাবে বাপৰে বাপ মোৰ জোলাতো
মাম্লি মানুষ নাহয় অয় দেখোন দেখা-শুনাও জানে,নাদেখা কৰিয়া সউগ কিছু কবাৰ পায়....
। জুলি নিজেৰ ভাতাৰেৰ প্রসংসা কৰিবাৰ বাদে এলা মানুষেৰ পঞ্চমুখ হয়া পৰিল । আৰ
সেইমতে জোলা দেখা-শুনা জানা কথাৰ ঢোলো ফাটাইল । একান ওকান কৰি গোটায় ৰাজ্যজুৰি
জোলাৰ নাম ছিতিৰি পৰিল । জোলা একেবাৰে HIT হয়া গেইল ।
আৰ একদিনকাৰ কথা । ঐখান ৰাজ্যৰে ৰাজবাড়ীত একটা
ঘটনা ঘটি গেইল । ঘটনাটা আৰ কি...ৰাজাৰ বেটী অর্থাত ৰাজকুমাৰীৰ গালাৰ সোণাৰ মালা
হাৰাইল । ৰাজাৰ বাড়ীৰ কথা । সোণাৰ মালা হাৰোয়াত কৰি ৰাজাৰ বাড়ীত চোৰ...! এই কথাটায়
ৰাজাৰ আত্ম সন্মানত লাগিল । যাৰ ফলত ৰাজায় ঘোষণা কৰিল- “গোটায় ৰাজ্যত এমুন কায়
দেখা-শুনা কৰা লোক আছে যায় নাকি এই মালা চোৰক ধৰে দিবাৰ পাইবে আৰ তাক ৰাজ পুৰস্কাৰ
দিয়া পুৰস্কৃত কৰা হইবে ।” লগা-লগ ৰাজাৰ এই ঘোষণা চৈত মাসেৰ বাগানেৰ আগুনেৰ মতো কৰি
গোটায় ৰাজ্যত ছিতিৰি গেইল । ঠিক তেমন কৰিয়ায় কেমনে বা যায়া ৰাজাৰ কাণত জোলাৰ নামটা
পৰিল । কথাটা ৰাজাৰ কাণত পৰাৰ সাথ-সাথ ৰাজায় জোলাক স-সন্মানে আনিবাৰ বাদে
সৈন্য-সামন্ত পাঠাইল ।
এইপাকে জোলায় ৰাজাৰ এই নিমন্ত্রন পায়া জোলাৰ
মনেৰ অবস্থা তেমুনে ভাবিবা নাপাওয়া ধৰণেৰ হইল । হায়..ৰে জোলা ! এলা কৰে
কি....এইফালে ৰাজাৰ আদেশ অমান্য কৰা মানেইতো দেখ দেখ কৰি পাঠা সুৰাত মাথা ভৰে
দেওয়া অর্থাত মৃত্যুদণ্ড । আৰ একফালে ভুয়া পণ্ডিতালিৰ কথা দাস পাইলেওতো ভয়ানক
শাস্তি । মুঠ কথাত জোলাৰ অবস্থা এইবাৰ টাইট্ । জোলা এইবাৰ যায় কুদি...?
: হায় ৰে জুলি...,তুই মোক হাতে ধৰি মাৰা
বুদ্ধি কৰিলু ! (জোলা)
: কেনে তা...কি হইল আৰ । ৰাজাৰ বাড়ীৰ এই
কামখোনা কৰি দিয়া আইসো । তাতে ৰাজা সন্তুষ্টও হইবে মেল্লা কিবা কিবি পুৰস্কাৰো
দিবে । (জুলি)
: ধেৎ জুলি...মুই ঐগিলা গনা-পৰা, ঠনা-পৰা
কিছুই নাজানোং ৰে । ঐদিনকাৰ পিঠাৰ কথাটা আছিল আলাদা । (জোলা)
পাছত জোলায় জুলিক এতোকৰি সচা কথাটা ভাঙি-পিটি
কয় জুলিৰ হইলে কিছুতে বিশ্বাস নাহয় । জুলিৰ একটায় বিশ্বাস । নাহয় মোৰ জোলা
দেখা-শুনা জানে । অবশেষত জোলা উপায়বিহীন হয়া ৰাজাৰ আদেশ ৰক্ষার্থে ৰাজবাড়ী বুলি
যাবাৰ সাজু হইল-
: জুলি হাতে ধৰি তুই তোৰ জোলাক মৰণেৰ কাতি
ঠেলি দিলুৰে জুলি ! (জোলা)
যাইক কি হয় হইবে..কপালত যি আছে তাকে হইবে...বুলি
কয়া জোলায় জোলায় জুলিৰ থাকি বিদায় নিয়া ৰাজবাড়ী বুলি ৰাওনা হইল ।
প্রিয় পাঠক । এইবাৰ তাহলে জোলাৰ কি দশা হইবে ?
জোলা পাইবে না ৰাজকুমাৰীৰ সোণাৰ মালা নিকিলি দিবাৰ ? না ঐ ‘পিঠা ঠগেৰ’ পৰিণাম
হিসাপে জোলাৰ কপালত লেখা আছে ৰাজশাস্তি...? না অশা আছে জোলা এইবাৰ HIT-এৰ থাকি SUPER HIT হবাৰ, যদি আছে কেমনে ? জানিবাৰ বাদে বাটচাবা
লাগিবে আইসা কিস্তি ।
July 2014
বান্দোৰ আৰ শিয়াল
এখান জঙ্গললত একটা বান্দোৰ আৰ একটা শিয়াল দুইজনে দুইজনেৰ গালাৰ
কাটি-চিটকা মাটি ধৰনেৰ বন্ধু আছিল । দুইজনে জঙ্গল খানেৰ মাজত খায় দায় হাসি ফুর্তি
কৰি বেৰায় । অমুন কৰি উমাৰ সুখেৰ জীৱন পাৰ হয়া যায় । একদিন্কাৰ কথা । শুন দুফৰ
বেলা ঢাউ-ঢাউয়া ৰইদেৰ সময় শিয়ালে ভোকে
পিয়াসে লাল কাল হয়া কুত্তিবা থাকি আসি আছিল । ঠিক অমুন সময় বান্দোৰ বন্ধুয়ে ঘাটাৰ
বগলতে এখান পাকা কলাৰ ছৰা আৱিষ্কাৰ কইৰছিল আৰ অয় কলাৰ গাছত চ’ৰিয়া জুতে পুতে বসি
একটাৰ পৰ একটা কলা খায়া আছিল । ভোকে পিয়াসত লাল কাল শিয়ালে অ’ৰ ভোক মিটিবাৰ বাদে
বান্দৰেৰ চ’ৰা কলা গাছটাৰ তলত যায় খুব আগ্রহত যায়া ৰইল ..........
: বন্ধু
পেটেৰ ভোকত প্রাণ যাং-যাং দেও না মোকো দুইটা । আজি কিছুই নাইপাং ৰে ।।
এইফালে বান্দোৰো পাইছে অনেক দিন পাছত এতো সুন্দৰ খাওন অৰ
আৱস্থা পেটেতো ধৰেনা চৌখেতো আটেনা , একেবাৰে এমুন অৱস্থা - !
: বন্দু ৰণ
ৰণ ...... (বান্দোৰ)
: বন্দু
দেওনা দুইটা .... ! (শিয়াল)
: আৰে বন্দু
ৰণ্ - ৰণ্ (বন্দোৰ)
-
শিয়াল এইফালে ভোকত লাল-কাল । আৰ বান্দোৰ ঐফালে খাওৱাত মস্ত
হয়া ৰণ্-ৰণ্ কয় আৰ তল বুলি কলা খায়া চোচাগিলা ফেলায় । শেষত গাছত চ’ৰিবাৰ নাপাওয়া
শিয়াল বেচেৰায় ভোকে-পিয়াসে বন্দুয়ে কৰা অপমান সয্য কৰিৰ নাপায়া অন্যপাকে ৰাস্তা মাপে
।
ঠিক আৰ একদিন
কাৰ কথা শিয়াল আছিল এখান বিষ মানা বাড়ীত আশ্রয় নিয়া আছে । বিধিৰ কথা মতে অটাইয়ে বান্দোৰ শিয়ালেৰ নাগাইল পাইল
। নাগাইল পায়া বান্দৰে শিয়ালক খবৰ-চবৰ পুছিল ? পাছত শিয়ালে কইল –
: আছোং আৰ
বন্ধু এতে কিবা এক্টা কৰিয়া ।
: কিবা মানে
...............
: এই
দেখিসনা, ৰাজাৰ বিশাল কুশাৰী বাড়ী খানেৰ
দায়িত্ব এইবাৰ মোৰে
ঘাৰত ।
ঘাৰত ।
: এ ....!
বন্ধু হয় না কি ?
: হা ....
বর্তমান মোৰ অৱস্থা টাকা পইসা গম্-গমা দিন্নে কুশাৰী খায়া টন্-টনা ।
: এ ....
বন্ধু মোকো সেই ভোক লাগছেৰে ; খাং নাৰে এখান কুশাৰী ........
: না ... না
.... কি কথা কইস্ ৰাজাৰ জিনিস ; দাস
পাইলে মোৰ চাক্ৰি ঠাকৰি
সউগ যাইবে ।
সউগ যাইবে ।
: বন্ধু
! নাপায় ৰে দাস .....
এমুন কৰি বাৰে বাৰে আপত্তি কৰাত অৱশেষত শিয়াল কইল ঠিক আছে
তুই খা ; মুই অত্তি যাং কায়বা আইসে নাকি পহৰা দেং ..... ।
এমুন কৰি কয়া বান্দোৰক বিষমানা খাবাৰ লাগে দিয়া শিয়াল ফুট্
! এইফালে বান্দোৰ মানাকচু খায়া মুখ-গালা চুলকাইতে চুলকাইতে অৱস্থা প্রায় আদা মৰা
।।
-
এইয়ে হইছে বান্দোৰ আৰ শিয়ালেৰ কেচ্ছা অন্যক ঠকাইলে যে নিজেও
ঠক খাওয়া খায় তাৰে এক নীতি কথা ।।
*****
আইসো কোচ ৰাজবংশী জাতিটাক জাতি সত্ত্বাৰ পৰিচয়
দিয়া, বিশ্বৰ ভিতিৰাত অন্যতম জাতি হিসাপে তুলি ধৰিবাৰ বাদে আজিৰ থাকি এক
জাতীয়তাবাদী মনোভাব গঢ়ি তুলি । জাতি সম্বন্ধে ইত্যাদি কথাগিলা জানিবাৰ বাদে এক
অধ্যয়ণ-সূলভ আচৰণ গঢ়ি তুলিয়া জাতি গঠনেৰ বাদে এক দৰকাৰী পদক্ষেপ হাতত নেই ।

No comments:
Post a Comment