উদাং পাতাৰ চিন্তা
August 2014
প্রিয় পাঠক ! আমাৰ এই আলোচনীৰ অন্যান্য শিতান গিলাৰ সাথতে ‘উদাং
পাতাৰ চিন্তা’ শিতানটাও বিশেষ শিতান বুলি পৰিগণিত হইবে । এটাই পাঠক সমাজ তথা যুব
সমাজেৰ থাকি আইসা নানানটা বিষয়েৰ উপুৰাত চিন্তাৰ খোৰাক জন্মোয়া চিঠি-পত্র গিলা
বিশেষ প্রাধন্য পাইবে সাথতে আলোচনী খানত প্রকাশিত লেখাগিলাৰ যুক্তি সন্মত ভাবে
ব্যাখ্যা আগবাঢ়োৱা সমালোচনা মূলক চিঠি-পত্র গিলাও এই শিতানেৰ দ্বাৰায় প্রকাশ কৰা
হইবে । অবশ্যে চিঠি লেখাইয়াৰ নাম, ঠিকিনা, ইমেইল আইডি বা ফোন নম্বৰ ঠিক ঠিক ৰূপত
দিবাৰ লাগিবে । আমাৰ এই প্রচেষ্টাৰ মধ্য দিয়া জাতীয় চেতনা জাগ্রতৰ এক নৌতন ঘাটা খুলিব
বুলি আশা কৰিয়া সগাৰে হুকাৰি কামনা কৰা হইল....। চিঠি পাঠেবাৰ বাদে আমাৰ ঠিকিনা –udangghar@gmail.com
-
মাড়েয়া
আমাৰ ‘Home
work’ ৰ দৰকাৰ আছে
যাওৱা সংখ্যাত ‘উদাং পাতাৰ চিন্তা’ শিতানত
প্রকাশিত কোচ সুচিতা বর্মণেৰ “চপু-চাপ নাহয়, এইবাৰ হাল্লা বোল” শিৰোনামেৰ চিন্তাৰ
খোৰাক জন্মোৱা পত্র খানত খুবেই ভাবিবা লাগা দিশ তল্তি ধইৰছে । আজি কতোদিন ধৰি আমা
জাতীয় আন্দোলন খানক নিয়মিত কার্যসূচী মতে চলি আইসা দেখি আছি অথচ আজি পর্যন্ত যি পৰিমানে
ফল পাবা লাগছিল তা পাই নাই । জনগনো আমাৰ সজাগতা নাহওৱা নাহয় ।
কোচ দিপেন অধিকাৰী
গোলগঞ্জ, ধুবৰী
উদাং ঘৰেৰ কবিতা
উদাং ঘৰেৰ কবিতাত হাৰোয়া দুনিয়াৰ উদ্দিশ পাওৱা
যায় । উদাং পাতাৰ কবিতাত যৌবনেৰ ঢৌ দেখা যায়, উদাং পাতৰ কবিতাত বিপ্লবেৰ সুৰ শুনা
যায় উদাং পাতাৰ কবিতাত নতুনত্বৰ আশা কৰা যায় । উদাং ঘৰেৰ কবিতাত সংগ্রামেৰ
নিমন্ত্ৰণ পাওৱা যায় । ধন্যবাদ উদাং ঘৰেৰ কবিতা । ধন্যবাদ উদাং ঘৰ ।
কোচ খলিল ৰায়
যোগিঘপা, বঙ্গাইগাও
কোচ ৰাজবংশী ভাষাৰ মাসিক আলোচনী ‘উদাং ঘৰ’
মাড়েয়ালী সমিতিৰ গোটায় বাহে মাহে গিলাক মোৰ আন্তৰিক শ্রদ্ধা থাকিল । আজিৰ এই কোচ
ৰাজবংশী জাতিৰ ঘাটমাউৰীয়াৰ সন্দিক্ষণত যে এমুন এক উদ্যোগ নিছেন তাৰ জন্যে মুই খুব
আনন্দিত । ইন্টাৰনেট সংস্কৰন হইলেও অন্তত নিজেৰ ভাষাত ভালে মন্দয় দুই চাইৰটা লেখা
পঢ়িবাৰ পাইলুং আৰ পায়া থাকিম বুলি আশা ৰাখলুং । এই আলোচনীৰ অন্যান্য লেখা গিলা ভাল
লাগাৰ সাথতে বিশেষ কৰি ‘কোচ ৰাজবংশী জাতিৰ বংশ পৰিচয়’ নামেৰ শীর্ষক প্রবন্ধটা
পঢ়িয়া আমাৰ জাতিৰ পৰিচয় সম্বন্ধে খাস কথাখোনা জানিবাৰ পাইলুং । নিজেৰ জাতীয় পৰিচয় নাজানা কৰি এতোদিনে মুই একটা গাধায় আছিলুং । উদাং ঘৰেৰ লম্বা আয়ু কামনা কৰিলুং ।
কোচ সুকান্ত বর্মণ
কোচবেহাৰ, দিনহাটা
উদাং ঘৰে’ৰ মাড়েয়াৰ কলমটা পঢ়িয়া ঘুমত থাকি জাগানা
পাওৱাৰ মতো পাইলুং । সচায় আমাৰ জাতি জনগন বর্তমান উন্নত অন্য জাতি গিলাৰ থাকি অনেক
কিছু শিকিবা লাগা অছে । ধন্যবাদ ।
কোচ কল্পনা বর্মণ
শ্রীৰামপুৰ,কোকৰাঝাৰ
গাহৰি আৰ মানুষগিলা
আজি কয় একদিন ধৰি আমাৰ বাড়ীৰ আগিলা পাচিলায় ঘূৰি বেৰা গাহৰি (শুয়োৰ) কয়টাক লক্ষ্য কৰি আছোং । বেস সুন্দৰ বাচ্ছায়
কোচ্ছায় জাক-জমক উমাৰ পৰিয়াল । বুড়ানি কয়টা সাৰাদিন ভোক মিটিবাৰ ধান্দাত বেৰায় আৰ
বাচ্ছা কয়টা খেলা খেলাইতে-খেলাইতে ভোক নাগিলে মাওটাক গোঙ্ৰে ধৰিয়া উমাৰ পেটেৰ ভোক
মিটায় । এমুন কৰিয়ায় গাহৰি গিলানেৰ একটা দিনেৰ আৰম্ভনি আৰ শেষ । এমুনকি জীৱনটাও !
অৱশ্যে উমাৰ জীৱনেৰ পৰিসমাপ্তি মানুষেৰে ভোগ মিটিবাৰ উপকাৰত লাগে । তাওতো উমাৰ
নিষ্পাপ জীৱন স্বার্থক । কিন্তু সাধাৰন
নজৰ দিয়া দেখিৰ গেইলে আমাৰ মানুষ জীৱনটা স্বার্থক না ? যদি আমা কাৰো জন্যে কিছু
কৰি থুইয়া যাবাৰ নাপাই অর্থাৎ জাতিৰ বাদে, মাটিৰ বাদে, মানুষেৰ বা পৰৱর্ত্তী
প্রজন্মৰ বাদে . . . ! কথাটা ভাবিবা লাগা ! নাহলে গাহৰিৰ থাকিও আমাৰ মানব জীৱন
নি:কিন । খালি সাধাৰণ ভাবে ঘৰ সংসাৰ কৰিয়ায় মানব জীৱনেৰ অতি মূল্যবান দিন কয়টা
কাটোয়ায় আমাৰ উদ্দেশ্য নাহয় । আমাৰ জীৱনেৰ উদ্দেশ্য হওয়া উচিত সমাজেৰ বাদে, জাতিৰ
বাদে, নৌতন প্রজন্মৰ বাদে কিবা এক ভাল প্রগতিশীল কর্ম সংঘটিত কৰি এক বিকশিত স্তৰ
বা অবদান ৰাখি থুইয়া যাওয়া । নাহলে গাহৰি আৰ মানুষ জনমেৰ মাজত পার্থক্য বুলিবাৰ
কিছুই নাৰইবে । সেইজন্যে এই ‘উদাং পাতাৰ চিন্তা’ চিন্তাৰ দ্বাৰায় গোটায় কোচ
ৰাজবংশী মানুষ গিলানকে আটুশ কৰোং যে – আইসো আমাৰ এই মানুষ জীৱনটা স্বার্থক কৰি
তুলিবাৰ বাদে আমাৰ জাতিৰ উপুৰা হওয়া অন্যায় অত্যাচাৰ, শোষন-শাসনেৰ কবল থাকি মুক্তি
হবাৰ বাদে ষড়যন্ত্রকাৰী হৰক প্রতুত্তৰ দিবাৰ বাদে একতাৰ ভেটিত খাৰা হয়া জাতিটাৰ
বাদে কিছু কৰিবাৰ কিৰা খাই ।।
অনিন্দিতা কোচ
দুধনৈ, গোৱালপাৰা ।
আমাক একজন হিটলাৰ লাগে
আগষ্ট মাস । এইটা
আমাৰ বাদে এক বিষাদ পূর্ণ মাস । কেনেনা এই মাসেৰ ২৮ আগষ্টত সামান্য এখান চুক্তি
পত্রৰ বাহানা নিয়া এই ঐতিহ্যমণ্ডিত জাতিটাৰ সা-সম্পতি সউগ কিছু কাঢ়ি নিয়া ইয়াৰ
জনগনক দেওয়া হইছিল ধ্বংসৰ মুখ বুলি ঠেলিয়া । যাৰফলত এক সময়েৰ এতোবৰ মান-মর্যদা
সম্পন্ন জাতিৰ জনগন আজি নিজ গৃহভূমিতেই সর্বহাৰা হয়া ৰিক্সা-ঠেলা চলেয়া দিন
হাজিৰা-মজুৰি কৰিয়া বাচি থাকিবা লাগা হইছে । ১৯৪৯ কড়ালেৰ ২৮ আগষ্টত মার্জাৰ এগ্রিমেন্টেৰ
মাধ্যমত কোচবেহাৰ তথা কামতাপুৰ ৰাষ্ট্রৰ জনগন ভাৰত ৰাষ্ট্রৰ অন্তর্ভূক্ত হওৱাৰ
পাছত এই সুদীর্ঘ বছৰ জুৰি ইয়াৰ জনগনে সততাৰ বিনিময়ত ভাৰতেৰ থাকি কি পাইল সেইটা
নিশ্চয় চিন্তাৰ বিষয় ! অথচ নিজেৰ প্রাপ্য অধিকাৰেৰ
ভিত্তিত গনতান্ত্রিক ভাবে মুখ খুলিবাৰ যায়া সময়ে সময়ে প্রবঞ্চনা আৰ প্রতাৰনাৰ যে
বলি হয়া আসিবাৰ লগছে তা আমাৰ জনগন ভাল কৰি জ্ঞাত । তৎসত্বও আজি আমাৰ শিক্ষিত সমাজ
আৰ পীৰিত জনগন নীৰৱ নীতি পালন কৰা বিষয়টা আশ্চর্যজনক ! আত্মনিয়ন্ত্রনেৰ অধিকাৰতো
হাৰে ফেলাছিয়ে সে কথা নাকং, আজি যে বাচি থাকাৰ অধিকাৰ ফুটিকো হাৰে ফেলাৰ পথত . . .
; এই জাতীয় চিন্তাৰ বিকাশ ঘটেয়া জাতীয় সত্বা ৰক্ষাৰ গানখানত খোলা কন্ঠে সুৰ
মিলিবাৰ বাইৰ হব না কায়বা বুক ফুলিয়া . . . ! সেই জন্যেই তো কং লাগিলে যিটায় নাহউক
! জাতীয় সত্বা ৰক্ষাৰ ক্ষাতিৰত আপাতত আমাক একজন হিটলাৰ লাগে ।
কোচ ৰাধিকা ৰায়
বিজিনী, চিৰাং
উদাং ঘৰেৰ ‘লক্ষ্য’য়
হউক সগাৰে লক্ষ্য
আজি কোচ ৰাজবংশীৰ হৰেৰ কপাল পৰিছে সেইজন্যে সুবৃহৎ ইতিহাস তথা কলা-কৃষ্টি সম্পন্ন জাতিটাৰ
আজি এই দুৰাবস্থা । অন্য অন্য দিশ গিলাৰ নাকান কৰি সাহিত্যৰ দিশ দিয়াও আধামৰা ।
স্বকীয় ভাষা আছে চর্চা বিনে সাহিত্যৰ অভাৱ । ঢেৰ লোক-কথা বা লোক-সাহিত্য পৰি
থাকিলে কি হইবে চর্চা বিনে বিলুপ্তিৰ পথত তাৰ মাজতে চতুৰ জাতিয়ে ধুইয়া পাখিলি শিকই কাটি নিয়া নিজেৰ ছিল-ছাব্বা মাৰা কার্য চলিয়ায় আছে ।
আমাৰ জ্ঞানী গুণী সমাজেৰ সেগিলাৰ প্রতি কোনো ভ্রক্ষেপ নাই । খালি উপৰায় উপৰায়
জাতীয় আৱেগ পৰিচালিত কৰিলেই কি আৰ হয় ! যিয়েই নাহউক এমুনে এক আকালেৰ দিনত যে ইন্টাৰনেট
সংস্কৰণ ‘উদাং ঘৰ’ আলোচনী খান যে জাতীয়তাবাদেৰ সুৰ টানি আবির্ভাব হইবে সেটা মোৰ
ভাবনাৰ বাহিৰা আছিল । সাহিত্যৰ মানদণ্ড সম্পর্কে মুইও নাজানোং কিন্তু নিশ্চিত ভাৱে
কবাৰ পাং যে জাতীয় কণ্ঠৰ বার্তাবাহক ৰূপে এমুন ‘উদাং ঘৰ’ সম্প্রতি আমাৰ খুবেই
প্রয়োজন । আশা কৰোং জাতিৰ স্বার্থত উদাং ঘৰেৰ প্রতিটা শব্দয় জাতীয় চেতনাৰ সৃষ্টি
কাৰক হউক । উদাং ঘৰেৰ প্রতিটা লেখায় মোৰ মনযোগ আকর্ষণ কৰিবাৰ সামর্থ হইছে । বিশেষ কৰি উদাং ঘৰেৰ
কবিতাৰ শিতানটায় কোচ ৰাজবংশী সাহিত্যত নতুনত্বৰ আগমন ঘটাব বুলি আশা কৰিলুং । বন্দিতা কোচেৰ ‘লক্ষ্য’ কবিতাটায় জাতীয় আৱেগেৰ
ঢৌ সৃষ্টি কৰিবাৰ সক্ষম হইছে ; এই ঢৌয়ে কোচ ৰাজবংশী জনগনেৰ অন্তৰে অন্তৰে
চিৰস্থায়ী ভাৱে বয়া যাউক তাকে কামনা কৰিলুং আৰ শেষত উদাং ঘৰেৰ পাতাত প্রথম
প্রকাশিত ‘লক্ষ্য’ কবিতায় হউক সগাৰে লক্ষ্য । ধন্যবাদ ।
অজিত কোচ ।
লক্ষিপুৰ, গোৱালপাৰা
।
কোচ
ৰাজবংশী লেখক সমাজ বুলি আবেদন........
আমাৰ নৌতন কৰি হাতত নেওয়া
জাতীয় মুক্তি সংগ্রামেৰ সাহিত্যৰ দিশটা সফল গতিত আগে নিবাৰ বাদে লেখক সমাজেৰ থাকি
নানান ধৰণেৰ (প্রবন্ধ, গল্প, উপন্যাস, কবিতা, কেচ্ছা) লেখা খুজিয়া আটুশ কৰা হইল ।
আমাৰ ‘উদাং ঘৰ’ত নিয়মীত ভাবে লেখা লেখকেৰ লেখাগিলা পৰবর্তী সময়ত বই আকাৰে ছাপা
হইবে । ইয়াৰ বাবদত হওয়া খৰচা আলোচনী গোষ্ঠীয়ে বহন কৰিব ।
লেখা পাঠাওয়া ঠিকিনা : udangghar@gmail.com
প্রিয় পাঠক ! আমাৰ এই আলোচনীৰ অন্যান্য শিতান গিলাৰ সাথতে ‘উদাং পাতাৰ চিন্তা’ শিতানটাও বিশেষ শিতান বুলি পৰিগণিত হইবে । এটাই পাঠক সমাজ তথা যুব সমাজেৰ থাকি আইসা নানানটা বিষয়েৰ উপুৰাত চিন্তাৰ খোৰাক জন্মোয়া চিঠি-পত্র গিলা বিশেষ প্রাধন্য পাইবে সাথতে আলোচনী খানত প্রকাশিত লেখাগিলাৰ যুক্তি সন্মত ভাবে ব্যাখ্যা আগবাঢ়োৱা সমালোচনা মূলক চিঠি-পত্র গিলাও এই শিতানেৰ দ্বাৰায় প্রকাশ কৰা হইবে । অবশ্যে চিঠি লেখাইয়াৰ নাম, ঠিকিনা, ইমেইল আইডি বা ফোন নম্বৰ ঠিক ঠিক ৰূপত দিবাৰ লাগিবে । আমাৰ এই প্রচেষ্টাৰ মধ্য দিয়া জাতীয় চেতনা জাগ্রতৰ এক নৌতন ঘাটা খুলিব বুলি আশা কৰিয়া সগাৰে হুকাৰি কামনা কৰা হইল....। চিঠি পাঠেবাৰ বাদে আমাৰ ঠিকিনা –udangghar@gmail.com
- মাড়েয়া
বই কেনে
পঢ়ি...?
খানিক সময় আগত বই এখান পঢ়ি আছিলুং । বইখান পঢ়ি থাকাতে কয়
একদিন মান আগত ছাৰ য়ে কওয়া কথা একনা ফটকৰি ফাম পঢ়ি গেইল । কথাখোনা আছিল এমুন –
‘আমা বই কেনে পঢ়ি’ । কথাখোনা শুনাৰ সাথ সাথ মোৰ শৰীৰটা এক ঝটকা মাৰি গেইছিল, বোলে
এইটা আৰো কেমুন কথা ? পাছত ভাবি ভাবি প্রশ্নটা সম্বন্ধে মোৰ মনত দুইটা উত্তৰ
প্রস্তুত হইতে কি নাই হইতে ছাৰে কবাৰ ধৰিল –‘আসলতে বই এখান কায় কি বাবদত পঢ়ে তাক
মুই নাজনোং কিন্তু মোৰ মতে বই এখান পঢ়িম বুলি হাতত তুলি নিয়া আমা একটা এমুন ভাব
নিবা লাগে যে বইখানত সাধাৰণতে আমা দেখা পাওয়া বা ধৰিবাৰ পাওয়া আখৰ গিলাৰ মধ্য দিয়া
লেখক জনে কি কবাৰ চায়া আছে আৰ পাঠকেৰ আগত কি ধাৰণা উপস্থাপন কৰিবাৰ চায়া আছে তাক
হে আমা উপলব্ধি কৰিবাৰ চেষ্টা কৰিবা লাগে তাহলে হে মোৰ বোধেৰে বই খানেৰ উচিত
মূল্যায়ন কৰা হয় ’ । আৰ ছাৰেৰ উত্তৰটা
পাওয়াৰ আগত মোৰ উত্তৰ দুইটা আছিল – ক) বইখানেৰ থাকি
কিবা এক শিকি, জানিয়া জ্ঞানেৰ ভাণ্ডাৰ বাঢ়েবাৰ বাদে । খ) অধ্যয়ণেৰ মধ্য দিয়া সময়
কাটাবাৰ বাদে । তাহলে নিশ্চয় মোৰ
এতোদিনে পুসি ৰাখা ধাৰণাটা কিছুপৰিমাণে হইলেও ভুল । কাৰণ বই এখানেৰ প্রকৃত
মূল্যায়ন তখন হে হইবে যখন আমা লেখকে কৰা চিন্তাখোনাক উপলব্ধি কৰি বুজিবাৰ সক্ষম হইম । খালি জ্ঞানেৰ ভাণ্ডাৰ বাঢ়োয়া বা
সময় কাটেবাৰ বাদে নাহয় । লেখকেৰ ভাবনাক বা আমাক বুলি দেওয়া বার্তাটাক যাতে আমা
পাঠক সমাজে বাস্তবত খাটেবাৰ পাই সেইটায় হবা লাগে পাঠক সমাজেৰ চিন্তা । বাকী কাহৰো
এই সম্বন্ধে অন্য কিবা ধাৰণা থাকিলে, মুই জানিবাৰ বাদে আগ্রহী.....।
- ৰাতুল কোচ
মিটিং
দেখাৰ দু:খ
দুই আঢ়ৈ বছৰ আগেৰ কথা, সেলা মুই H S 2nd Year ত পঢ়ি
থাকা ছাওয়া । জাতি মাটি সম্পর্কে নাছিল কোনো চিন্তা আৰ নাছিলংকো কোনো সংগঠনেৰ সাথত
অত প্রত ভাবে জড়িত হয়া । অবশ্যে মেল-মিটিং বা কোনো সংগঠনেৰ ইত্যাদি কার্যসূচীত
এত্তি অত্তি যাওয়াত হইলে জিন্চ পেনটা আৰ কিটো জোৰা লাগেয়া আছিলুং সব সময় আগা
হালুয়া । সেমুন কৰিয়ায় একবাৰ অংশগ্রহণ কৰিলুং চিলাৰায় দিবসত বঙাইগাওত অনুষ্ঠিত
হওয়া আক্রাছুৰ দুই গোট একত্রিত কৰাৰ বাদে ডিস্টিক লাইব্রেৰীত আয়োজন কৰা ৰাতিবেলাৰ
মিটিং এখানত । মনত কতো আশা বোলে যাই হউক এইবাৰ অন্তত: জাতিটাৰ ভবিষ্যতক নিয়া কিবা
কল্পনা কৰা যায় । এতোদিনেৰ মাথাত যখন কোচ ৰাজবংশী জাতিৰ দুইটা মজবুত সংগঠন আক্রাছু
এইবাৰ এক হইবে তাহলে আৰ আমাৰ সাথত কায় পায় ! ফাটা ফাটি আন্দোলন কৰিমো, জোৰদাৰ সমদল
বাহিৰ কৰিমো, আমাৰ প্রাপ্য অধিকাৰ আমা ঘূৰীয়া পামো, কামতাপুৰক টানি-আজাৰি হইলেও
উদ্ধাৰ কৰি আনমো...ইত্যাদি কথাগিলা সপোন দেখাৰ মতো কৰি ভাবি থাকাতে কার্যসূচী মতে
মিটিং আৰম্ভ হয়া গেইল, বেস সুন্দৰ গতিত একটাৰ পৰ একটা কার্যসূচী পাৰ হয়া যাবাৰ
ধৰিল, দুই আক্রাছু ভাঙিল আৰ একত্রিত হইল । কিন্তু লেঠা লাগিল নৌতন কমিটী খান গঠন
কৰাক নিয়াহে...ঠোটৰ-মোটৰ, ঠোটৰ-মোটৰ কৰি শেষত কমিটী খানো গঠন হইল...হুলস্থুলো আৰ্
কোটাই যাইস ! গের্জা-গির্জি ঢাক্কা-ঢাক্কি
। মুঠেৰ উপুৰাত পৰিবেশ ভাবিবা নাপাওয়া....!এমুন কৰিয়ায় মিটিঙেৰ সামৰণি মাৰা হইল ।
তাৰ পাছত মুই মিটিং থাকি ঘূৰাৰ পথত ভাবোং..; এইখান সচায় মিল-মিছিলেৰ মিটিং আছিল
না..আজিৰ থাকি এক নৌতন কেচালেৰ সূত্রপাত ঘটোয়াৰ ৰাতি জাগা প্রগাম আছিল । তাহলে মুই
মিটিং আৰম্ভ হওয়াৰ আগে আগে সপোন আকাৰে দেখা কথাগিলা কি কথায় হয়া ৰইবে..? এগিলা কথা
ভাবি ভাবি মুই একপ্রকাৰ হাউপসি পৰিলুং । জতিৰ স্বার্থত সংগঠন বানে, সংগঠনেৰ এতো
জানা বুজা মানুষ গিলানে কি এক সামান্য পদ বা ক্ষমতাৰ বাদে নিজেৰ মাজতে হই-হাল্লাৰ
সৃষ্টি কৰে...ইয়াৰ থাকি আৰ বৰ দুখেৰ কথা কোচ ৰাজবংশী জাতিৰ বাদে কি থাকিৰ
পায়...!(মোৰ এই লেখাৰ উদ্দেশ্য জাতিৰ ডেঙ্ৰা ফাটা নাহয়, সংশোধনেৰ আহ্বান জানেয়া)
- কোচ যতিন ৰায়
চুপ-চাপ
নাহয়, এইবাৰ হাল্লা-বোল !
কোচ ৰাজবংশী জাতিৰ জাতীয় সংগঠন গিলা কতোদিন ধৰি আন্দোলন কৰি আছে বৰ গালা দিয়া
শ্লোগান টানিয়ায় আছে; No ST no rest, No KAMATAPUR no rest, কামতাপুৰ আমাক লাগিবই...ইত্যাদি । তাৰ মাজতে
নেতা গিলাৰ দিছপুৰ দিল্লী আইসা যাওয়া চলি আছে । মানে জাগৰনেৰ দিশ দিয়া মনে হয় কিবা
এক হইবে বুলি আশা কৰা যায় । কিন্তু তৎসত্ত্বেও কুতিবা আমাৰ কিবা ভুল ৰয়া গেইছে ।
যাৰ জন্যে সময়ে সময়ে আমাৰ জনগনে প্রাপ্যৰ থাকি বঞ্চিত হয়া আসিছে । কথাগিলা আমাৰ
একবাৰ খুব কৰি ভাবিবাৰ সময় আসি পইৰছে । জনগন আমাৰ জাগ্রত তাত সন্দেহ নাই কিন্তু
কেমুন ৰূপত জাগ্রত তাক বিশ্লেষণ কৰা দৰকাৰ আছে । নেতাগিলা দিনেৰ পৰ দিন ধৰি নৌতন
নৌতন আন্দোলনেৰ কর্যসূচী হাতত নিছে....,ঠিকেই আছে । কিন্তু আন্দোলন খালী সংগঠনেৰ
কার্যসূচী চলেবাৰ বাদে নাহয় । সম্প্রতি আন্দোলন হওয়া উচিত জাতীয় চেতনা তথা
জতীয়তাবাদ সৃষ্টিৰ বাদে জাতিৰ ইত্যাদি কথাগিলা জানিবার্থে জাতীয়তাবোধ আনিবাৰ বাদে
। নাহলে ভুল, ভুল ৰূপে ৰয়ায় যাব আৰ দিন দিনেৰ মতে পাৰ হয়ায় যাব ।
- কোচ সুচিত্রা বর্মন




No comments:
Post a Comment